Thursday, 6 July 2017

কাহিনী শুনো আহক । 

Assamese Audio Story Book By Dipanka Sharma. Listen Short Stories of upcoming writers.
Click here to download.

You can also visit KahiniXunuAhok Facebook page here.

Now See the following picture and develop a short story and send to us at kahinixunuahok@gmail.com

Your story will be published in our YouTube audio channel.



Saturday, 1 July 2017

এক ভয়ংকৰ শিহৰণ

কাহিনী শুনো আহক। আগৱঢ়াইছো, সঞ্জীৱ দাসৰ ৰচিত এটি  ভৌতিক গল্প "এক ভয়ংকৰ শিহৰণ".  You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book. Please subscribe the youtube channel. You may also listen "কাহিনী শুনো আহক" in Cyberindia or in Soundcloud.


Keep listening. - Your's Dipanka 



Friday, 30 June 2017

আচলতে সি বাঁহীটো এৰিব নোৱাৰে কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ল’লে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন নহওঁক, বাঁহীটো ওঁঠত ল’লে সি জী উঠে ।............. A story by Debanga Pallab Saikia. 
Listen this fantastic story here in kahinixunuahok. (কাহিনী শুনো আহক ) A YouTube channel. Subscribe this channel for more stories.


Saturday, 24 June 2017


প্ৰিয় বন্ধু সকল,

"কাহিনী শুনো আহক" ৰ কাহিনী সমুহ শুনিবলৈ আপোনালোকে তলত দিয়া লিংকতো ক্লিক  কৰিব পাৰে ।


কাহিনী শুনো আহক । (Also available in SoundCloud )


আপোনাৰ গল্পটি এই চেনেলত প্ৰ্কাশ কৰিবলৈ এই ঠিকনাত মেইল কৰক । kahinixunuahok@gmail.com


ধন্যবাদ

দীপাংক ।

Friday, 16 June 2017

“কাম থাকিলেই বুলি জানো কোনোবাই, উশাহ ল’ব পাহৰি যায় । অৰ্নবৰ প্ৰ্টিটো উশাহতেইতো জীয়া । তাৰ জীৱনৰ সফলতাৰ প্ৰ্টিটো বাটতেই যেন সি অনুভব কৰে জীয়াৰ পৰশ ।“
কাহিনী শুনো আহক । Assamese Audio Story Book.   আজিৰ কাহিনী “ অপেক্ষা “ । 




Sunday, 5 March 2017

কাহিনী শুনো আহক। আগৱঢাইছো, সঞ্জীৱ দাসৰ ৰচিত এটি ভৌতিক গল্প এক ভয়ংকৰ শিহৰণ


You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book.