Friday 19 October 2018

New romantic Story by - BASANTA NIROLA. কাহিনী শুনো আহক (Kahini Xunu Ahok) . নতুন প্ৰজন্মৰ লেখক সকলৰ ৰচিত, অসমীয়া চুটি গল্পৰ এক শ্ৰব্য সংকলন । Subscribe the channel Kahini Xunu Ahok and press the bell icon. Share to your friends.

এনেকৈয়ে সময়বোৰ পাৰ হৈ গৈ আছিল আৰু দেখা গৈছিল যে, অনুৰাগে ঈসিতাক আপোন কৰি ল’ৱ বিচাৰিছিল । সেয়েহে ঈসিতাৰ সৈতে অধিক সময় কটোৱাৰহে ভীষন হাৱিয়াস অনুৰাগৰ । কিন্তু হঠাৎ এৰাতি ঈসিতাৰ মোৱাইল ফোন চুইচ অ’ফ হৈ ৰ’ল । কিন্তু কিয় ? তাৰ পিছত কি হ'ল জানিবলৈ গল্পটো শুনো আহক ।


Wednesday 26 September 2018

শেখৰ ভট্টাচাৰ্য্যৰ নতুন গল্প , সুবিধাবাদী । কাহিনী শুনো আহক দীপাংক শৰ্ম্মাৰ সৈতে । Subscribe the channel for more stories. Also install the App "Kahini" from Google Play store.


Wednesday 18 July 2018


গেটখন বন্ধ কৰি মিনতি ওলাই আহিল। অলপ অলপ ঠাণ্ডা পৰিছে। দুদিনমানৰ পিছৰ পৰা গাত কাপোৰ এখন মেৰিয়াই লৈহে ওলাব লাগিব- তাই মনতে ভাবিলে। কেঁচা আলিবাটটোৰে তাই আগুৱাই গৈ থাকিল। কেঁচা আলিটো গৈ নতুনকৈ পিচ দিয়া পকা ৰাস্তাটোত লগ লাগিছেগৈ। মিনতি সেই ৰাস্তাটোৰে গৈ গৈ চাৰিআলিটোৰ ওচৰৰ পৰা উভটি আহিব। চাৰিআলিটোৰ পৰা অলপদূৰ আগুৱাই গ’লেই............ "Bibartan" - Lets listen Assamese Story by Pranjal Das presented by Kahini Xunu Ahok.

Sunday 8 July 2018

Welcome Rahul Rai. Our New Writer of Kahini Xunu Ahok. Presenting his First Story "Tomak Log Powar Smriti Bor"

Tuesday 3 July 2018

স্যামালীনা  নিমাত এইবাৰ, যেন কিছু ভাৱিবলৈ যত্ন কৰিছে । এনেতে বাইকখনে বি.জি. ৰোডয়েদি আগবাঢ়ি ড্রিছট্রিক লাইব্রেৰী পাৰ কৰিছে ।  আৰু তাৰ পাছত  .........
Kahini Xunu Ahok presents a new Assamese Short Story, written by Basanta Nirola.    Lets Listen "Yeh Silsila Hai Pyar Ka"   বসন্ত নিৰলাৰ এটি চুটি গল্প ।


Sunday 27 May 2018


Presenting Sekhar Bhattcharya's 1 minute short story "Borosun Bhalpowa Sowalijoni"



Monday 30 April 2018


Presenting Assamese Short Story written by Dr. (Capt.) Tarun Saikia. আগবঢ়াইছো ড: কেপ্তেইন তৰুন শইকীয়াৰ দ্বাৰা ৰচিত এটি চুটি গল্প , সংযোগ .

Monday 9 April 2018


কাহিনী শুনো আহক নিৱেদনকাহিনী প্ৰথম অসমীয়া চুটি গল্পৰ এটি শ্ৰৱ্য সংকলন শুনিবৰ বাবে আজিয়েই Download কৰক Google Play Store পৰা   এই লিংকত https://goo.gl/zTtpmG

Once installed no need for update. New Stories will be automatically updated.  Click  https://goo.gl/zTtpmG to download. 

Thursday 5 April 2018

Listen various stories of Kahini Xunu Ahok in your mobile. Click here to Install from Google playstore https://goo.gl/zTtpmG


Sunday 4 March 2018

"মনোজ আচরিত হল,নীনাই তার নিচিনা এটা লরাক বিয়া নাপাতো বুলি কব পারিলে কি নাছিল তার  ,গাড়ী ঘর, টকা পইচা সকলোতো আছিল সব আছিল ঠিকেই.....কিন্তু.....  "         

 কাহিনী শুনো আহক ।   A beautiful story by Juri Gogoi.



Sunday 4 February 2018

Kon Tumi ( কোন তুমি ) A moment to remember..... Presenting a romantic story by our new member Basanta Nirola. https://goo.gl/bd7RQz



Monday 22 January 2018


“হোষ্টেললৈ আহি সি অনুভৱ কৰিছিল যে তাৰ মনটো একোটেই নবহা হৈছে ।মনলৈ আহি আছিল কেৱল মেঘালী চুলি টাৰিৰে, মিঠা হাহিঁৰ মৰমলগা তাৰ বৰষুণৰ ৰাণীজনীৰ মুখখন ……………….”

Presenting a new romantic story from upcoming writer Miss Himadri Dihingia’s “বৰষুণৰ ঠিকনা বিচাৰি”