Saturday, 28 October 2017

Kahini Xunu Ahok. Come,  lets Listen horror Story. Written by Saharul Islam.


Friday, 27 October 2017

Kahini Xunu Ahok presents a horror story written by Saharul Islam. Coming Soon......

Wednesday, 11 October 2017

খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল । মৃত্যুঞ্জয় বৰুৱাৰ হত্যা । চহৰৰ বীৰজৰা নদীৰ কাষত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ।  কপালত গুলীৰ চিন স্পষ্ট । কোন সেই হত্যাকাৰী, জানিবলৈ শুনো আহক “The Murder…” A Suspense Thriller.