তাৰ মাজত অকনমান
সময় উলিয়াই নিজৰ ভাল পোৱা গল্প কিতাপ এখন পঢ়িবলৈ আমাৰ সময় ক’ত । মানুহৰ সকলোতকৈ ভাল বন্ধু কিতাপৰ পৰা আমি আজি বহু যোজন দুৰৈত । কিন্তু কোনো কথা নাই আপোনাৰ মবাইলটোতে এই সমস্যাৰ সমাধান আছে ।
দিনটোৰ অৱসাদৰ ওৰ
পেলাবলৈ শিতানত মুৰ থৈ আপোনাৰ মবাইলত ইউটুৱ
খুলি টাইপ কৰক “kahinixunuahok” । ভৌতিক, ৰোমান্টিক, খুহুটীয়া আদি নতুন নতুন অসমীয়া
গল্পই আপোনাক লৈ যাৱ এনে এখন পৃথিৱীলৈ, যি অকনমান সময়ৰ বাবে হলেও পাহৰাই দিব আপোনাৰ দিনটোৰ ভাগৰ ।
আপুনিও শুনক আৰু
সকলোকে শুনাওক “কাহিনী শুনো আহক”- A
YouTube Channel .