Wednesday, 2 October 2019

Presenting "Room No 302"  A suspense horror Story from Dipanka Sharma.




" দিগন্ত এজন ফটো সাংবাদিক । গুৱাহাটীৰ পৰা প্ৰকাশিত এখন নামজ্বলা বাতৰি কাকতত কাম কৰে সি ।  বিভিন্ন ঠাই ভ্ৰমন কৰি দিগন্তই খুৱ ভাল পায় । লগৰ বোৰে তাক ধেমালিতে, নাম কি দিছে, জানে ? হিউৱেনচাং ।  বেলেগ বেলেগ ঠাই ভ্ৰমন কৰা আৰু ভৌতিক গল্প পঢ়া  এই দুয়োটাই তাৰ হ’বি । প্ৰফেছনৰ হেঁচাত সি বহুত ঠাই ঘুৰিবও লাগে । হৱি আৰু প্ৰফেচন, দুয়োটাই মিলি যোৱাত সি অবশ্যে যথেষ্ট সুখী । ভ্ৰমনৰ সময়ত, আমনিদায়ক সময় বোৰ পাৰ কৰিবলৈ,  সি উলিয়াই লয়, কোনো ভৌতিক গল্পৰ কিতাপ । "  Click the link above to listen the whole story.

No comments:

Post a Comment