Friday 8 December 2017

কাহিনী শুনো আহক 

আজিৰ কাহিনী : ৰহস্যৰ আঁৰৰ ৰহস্য 
ৰচনা : জুৰি গগৈ ।



Wednesday 6 December 2017

কাহিনী শুনো আহক - Kahini Xunu Ahok is an Assamese Audio Story Book narrated by Dipanka Sharma. ইয়াত প্ৰ্কাশ পোৱা সকলো গল্প, নতুন প্ৰজন্মৰ লেখক সকলৰ দ্বাৰা লেখা ।
আমি নতুন প্ৰ্জন্মৰ চুটি গল্প লেখক সকলক অনুৰোধ জনাও তেওলোকে যেন তেওঁলোকৰ চুটি গল্প সমুহ আমাৰ ইমেইল ঠিকনা kahinixunuahok@gmail.com ত প্ৰেৰন কৰে । তেঁওলোকৰ গল্প সমুহ উপযুক্ত বুলি বিৱেচিত হ'লে এই চেনেলটিত প্ৰকাশ কৰা হ'ব । গল্প সমুহ চাৰি পেজৰ ভিতৰত হ'লে প্ৰকাশ কৰিবলৈ সুবিধা হয় । আমি সকলো গল্প প্ৰকাশ কৰিবৰ চেষ্টা কৰো , আৰু যিবিলাক গল্প ৰ কিছু খুট থাকে তাকো লেখকৰ দ্বাৰা ঠিক কৰি প্ৰকাশ কৰা হয় ।
আপোনালোকৰ গল্প সমুহ কেৱল অসমতে নাৰাখি গোটেই পৃথীবীলৈ আগবঢ়াই দিয়ক । কাহিনী শুনো আহক চেনেলটিয়ে আপোনাক সেই সুবিধা আগবঢ়াৱ । বৰ্তমান এনে বহুত লোক আছে যি অসমীয়া পঢ়িৱ নাজানে কিন্তু অসমীয়া বুজি পায় । কাহিনী শুনো আহক চেনেলটি ৰ যোগেদি অসমীয়া গল্প সমুহ তেওলোকক শুনাৰ সুবিধা দিয়ক ।
আমাৰ YouTube Channel লিংক :: https://goo.gl/RwkPju

Saturday 28 October 2017

Kahini Xunu Ahok. Come,  lets Listen horror Story. Written by Saharul Islam.


Friday 27 October 2017

Kahini Xunu Ahok presents a horror story written by Saharul Islam. Coming Soon......

Wednesday 11 October 2017

খবৰটো চহৰ খনত জুইৰ দৰে বিয়পি পৰিল মৃত্যুঞ্জয় বৰুৱাৰ হত্যা চহৰৰ বীৰজৰা নদীৰ কাষত তেওঁৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে   কপালত গুলীৰ চিন স্পষ্ট কোন সেই হত্যাকাৰী, জানিবলৈ শুনো আহক “The Murder…” A Suspense Thriller.


Monday 28 August 2017

কাহিনী শুনো আহক. Listen Assamese Horror Story অদৃশ্য. Story is Written By Saharul Islam. (based on real experiance)


Thursday 20 July 2017

New Kaziranga Abhayaranya

আজি আগবঢ়াইছো নিলাঞ্জন গোঁহাই ৰ ৰচিত এটি চুটি গল্প নিউ কাজিৰঙা অভয়াৰণ্য .

নিলাঞ্জন গোঁহাইৰ  আন ৰচনা সমুহ আপোনালোকে পঢ়িবলৈ পাব তেখেতৰ Facebook পেইজ 

গল্পটি শুনি কেনে পালে জনাবলৈ নাপাহৰিব ।


Sunday 9 July 2017

এটি ৰহস্যঘন চুটি গল্প “ছলনা” (A Suspense Thriller)


………. অৰুণে ৰুণাৰ কপালত এটা দীঘলীয়া চুমা দি নিজৰ বিলাসী গাড়ীখনত বহিলগৈ। তাৰপিছত গাড়ীৰ পৰাই আকৌ হাতেৰে ৰুণালৈ বুলি পুনৰ এটা চুমা যাচিলে। ৰুণাই ও তাইৰ হাতখন জোকাৰি অৰুণক গুডবাই দিলে ।…………….

আজি আগবঢ়াইছো, অচ্যুত কুমাৰ বৰুৱা ৰ এটি ৰহস্যঘন চুটি গল্প "ছলনা"(A Suspense Thriller) .


Thursday 6 July 2017

কাহিনী শুনো আহক । 

Assamese Audio Story Book By Dipanka Sharma. Listen Short Stories of upcoming writers.
Click here to download.

You can also visit KahiniXunuAhok Facebook page here.

Now See the following picture and develop a short story and send to us at kahinixunuahok@gmail.com

Your story will be published in our YouTube audio channel.



Saturday 1 July 2017

এক ভয়ংকৰ শিহৰণ

কাহিনী শুনো আহক। আগৱঢ়াইছো, সঞ্জীৱ দাসৰ ৰচিত এটি  ভৌতিক গল্প "এক ভয়ংকৰ শিহৰণ".  You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book. Please subscribe the youtube channel. You may also listen "কাহিনী শুনো আহক" in Cyberindia or in Soundcloud.


Keep listening. - Your's Dipanka 



Friday 30 June 2017

আচলতে সি বাঁহীটো এৰিব নোৱাৰে কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ললে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন নহওঁক, বাঁহীটো ওঁঠত ললে সি জী উঠে ।............. A story by Debanga Pallab Saikia. 
Listen this fantastic story here in kahinixunuahok. (কাহিনী শুনো আহক ) A YouTube channel. Subscribe this channel for more stories.


Saturday 24 June 2017


প্ৰিয় বন্ধু সকল,

"কাহিনী শুনো আহক" ৰ কাহিনী সমুহ শুনিবলৈ আপোনালোকে তলত দিয়া লিংকতো ক্লিক  কৰিব পাৰে ।


কাহিনী শুনো আহক । (Also available in SoundCloud )


আপোনাৰ গল্পটি এই চেনেলত প্ৰ্কাশ কৰিবলৈ এই ঠিকনাত মেইল কৰক । kahinixunuahok@gmail.com


ধন্যবাদ

দীপাংক ।

Friday 16 June 2017

কাম থাকিলেই বুলি জানো কোনোবাই, উশাহ পাহৰি যায় অৰ্নবৰ প্ৰ্টিটো উশাহতেইতো জীয়া তাৰ জীৱনৰ সফলতাৰ প্ৰ্টিটো বাটতেই যেন সি অনুভব কৰে জীয়াৰ পৰশ
কাহিনী শুনো আহক । Assamese Audio Story Book.   আজিৰ কাহিনী “ অপেক্ষা “ । 




Sunday 5 March 2017

কাহিনী শুনো আহক। আগৱঢাইছো, সঞ্জীৱ দাসৰ ৰচিত এটি ভৌতিক গল্প এক ভয়ংকৰ শিহৰণ


You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book. 

Tuesday 14 February 2017

Kahini Xunu Ahok With Dipanka Sharma.  All the stories of this Audio Book is also available at http://cyberindia.in

Friday 3 February 2017

সকলোৱেই পৰাৰ দৰেই সিও প্ৰেমত পৰিছিল ৷ যৌৱনৰ ফুলনো কাৰ জীৱনত নুফুলে? সিও আঁকোৱালি লৈছিল, সেই সুবাসবোৰ ৷ আলফুলে সি সেই পাপৰিবোৰ নিজৰ কৰিব বিচাৰিছিল ৷ চিৰদিনৰ বাবে ৷ কিন্তু পাৰিলেনে সি ? কাহিনী শুনো আহক, আগবঢ়াইছো,  গীতাৰ্থী গগৈৰ  ৰচিত এটি চুটি গল্প তাজ্যপুত্ৰ .