কাহিনী শুনো আহক। আগৱঢ়াইছো, সঞ্জীৱ
দাসৰ ৰচিত এটি ভৌতিক গল্প "এক ভয়ংকৰ শিহৰণ". You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book. Please subscribe the youtube channel. You may also listen "কাহিনী শুনো আহক" inCyberindia or inSoundcloud.
Keep listening. - Your's Dipanka
Friday, 30 June 2017
আচলতে সি বাঁহীটো এৰিব নোৱাৰে
কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ল’লে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ
লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ
বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই
অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত
তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন
নহওঁক, বাঁহীটো
ওঁঠত ল’লে সি জী
উঠে ।............. A story by Debanga Pallab Saikia.
Listen this fantastic story here in kahinixunuahok. (কাহিনী শুনো আহক ) A YouTube channel. Subscribe this channel for more stories.
কাহিনী শুনো আহক । Assamese Audio Story Book. আজিৰ কাহিনী “ অপেক্ষা “ ।
Sunday, 5 March 2017
কাহিনী শুনো আহক। আগৱঢাইছো, সঞ্জীৱ দাসৰ ৰচিত এটি ভৌতিক
গল্প এক ভয়ংকৰ শিহৰণ
You can also send your short stories at kahinixunuahok@gmail.com. It will be published in this Audio Book.
Tuesday, 14 February 2017
Kahini Xunu Ahok With Dipanka Sharma. All the stories of this Audio Book is also available at http://cyberindia.in
Friday, 3 February 2017
সকলোৱেই
পৰাৰ দৰেই সিও প্ৰেমত পৰিছিল ৷ যৌৱনৰ ফুলনো কাৰ জীৱনত নুফুলে? সিও আঁকোৱালি লৈছিল, সেই সুবাসবোৰ ৷ আলফুলে সি সেই পাপৰিবোৰ নিজৰ কৰিব বিচাৰিছিল ৷ চিৰদিনৰ
বাবে ৷ কিন্তু
পাৰিলেনে সি ? কাহিনী শুনো আহক, আগবঢ়াইছো, গীতাৰ্থী গগৈৰ ৰচিত এটি চুটি
গল্প তাজ্যপুত্ৰ .