Saturday, 15 October 2016

উদীয়মান গল্পকাৰ সকললৈ সুখবৰ। তেখেত সকলে তেওঁলোকৰ চুটি গল্প সমুহ নিন্মোক্ত ইমেইল ঠিকনালৈ পঠাব  পাৰে । কাহিনী সমুহ অডিও বুক আকাৰে প্ৰকাশ পাব নিন্মোক্ত ইউতুৱ চেনেলত । অকল অসমৰ মেগাজিনত কিয়, আপোনাৰ কাহিনী গোটেই পৃথিৱীকে শুনাওক। এই চেনেলত আমি উদীয়মান গল্পকাৰ সকলক প্ৰথম প্ৰাধান্য দিম ।সোনকাল কৰক । মনত ৰাখিব গল্প সমুহ যাতে চুটি হয় ।

কাহিনী শুনো আহক ।
এটি অসমীয়া চুটি গল্পৰ অডিও বুক ।
ইমেইল ঠিকনা : kahinixunuahok@gmail.com


ইউতুৱ চেনেল : https://goo.gl/FVuGsc

No comments:

Post a Comment