Wednesday 6 December 2017

কাহিনী শুনো আহক - Kahini Xunu Ahok is an Assamese Audio Story Book narrated by Dipanka Sharma. ইয়াত প্ৰ্কাশ পোৱা সকলো গল্প, নতুন প্ৰজন্মৰ লেখক সকলৰ দ্বাৰা লেখা ।
আমি নতুন প্ৰ্জন্মৰ চুটি গল্প লেখক সকলক অনুৰোধ জনাও তেওলোকে যেন তেওঁলোকৰ চুটি গল্প সমুহ আমাৰ ইমেইল ঠিকনা kahinixunuahok@gmail.com ত প্ৰেৰন কৰে । তেঁওলোকৰ গল্প সমুহ উপযুক্ত বুলি বিৱেচিত হ'লে এই চেনেলটিত প্ৰকাশ কৰা হ'ব । গল্প সমুহ চাৰি পেজৰ ভিতৰত হ'লে প্ৰকাশ কৰিবলৈ সুবিধা হয় । আমি সকলো গল্প প্ৰকাশ কৰিবৰ চেষ্টা কৰো , আৰু যিবিলাক গল্প ৰ কিছু খুট থাকে তাকো লেখকৰ দ্বাৰা ঠিক কৰি প্ৰকাশ কৰা হয় ।
আপোনালোকৰ গল্প সমুহ কেৱল অসমতে নাৰাখি গোটেই পৃথীবীলৈ আগবঢ়াই দিয়ক । কাহিনী শুনো আহক চেনেলটিয়ে আপোনাক সেই সুবিধা আগবঢ়াৱ । বৰ্তমান এনে বহুত লোক আছে যি অসমীয়া পঢ়িৱ নাজানে কিন্তু অসমীয়া বুজি পায় । কাহিনী শুনো আহক চেনেলটি ৰ যোগেদি অসমীয়া গল্প সমুহ তেওলোকক শুনাৰ সুবিধা দিয়ক ।
আমাৰ YouTube Channel লিংক :: https://goo.gl/RwkPju

No comments:

Post a Comment