আচলতে সি বাঁহীটো এৰিব নোৱাৰে
কোনোপধ্যেই । সেই সৰুতেই গছৰ তলে বাঁহৰ তলে ঘুৰি ফুৰোতেই যি বুকুত সাৱতি ল’লে, তেতিয়াৰে পৰা এতিয়ালৈ বাঁহীৰ
লগত তাৰ এক আত্মাৰ সম্বন্ধ । সৰুৰে পৰাই নানান ধুমুহা, ৰামধেনুৰ সঙ্গী আৰু সাক্ষী তাৰ
বাঁহীটো । তাৰ বাঁহীৰ সুৰত বেলেগে কি শান্তি পাই বা নাপাই সি নাজানে, কিন্তু নিজৰ সুৰত তাৰ নিজৰেই
অন্তৰাত্মাই যে এক প্রশান্তি লাভ কৰে সেয়া সি জানে । জীৱনৰ কেবাজাকো ধুমুহাৰ পিছত
তাক স্থিৰ কৰি ৰাখিছিল তাৰ বাঁহীয়ে । যিমানেই যন্ত্রণা নহওঁক বা সময় যিমানেই কঠিন
নহওঁক, বাঁহীটো
ওঁঠত ল’লে সি জী
উঠে ।............. A story by Debanga Pallab Saikia.
Listen this fantastic story here in kahinixunuahok. (কাহিনী শুনো আহক ) A YouTube channel. Subscribe this channel for more stories.