Sunday 13 October 2019


 আজিৰ এই দ্ৰুত গতিৰ পৃথিৱীত মানুহৰ হাতত সকলো আছে নাই কেৱল সময় । পুৱাৰ টিফিন, অফিচ, ঘৰ, স্কুল, টিউচন, বজাৰ, জিম আদি অনেক কাম । ঘড়ীৰ কাঁটাৰ লগত যেন বান্ধ খাই আছে আমাৰ এই জীৱন । অকনমান কম বেছ হলেই যেন সকলো শেষ ।
তাৰ মাজত অকনমান সময় উলিয়াই নিজৰ ভাল পোৱা গল্প কিতাপ এখন পঢ়িবলৈ আমাৰ সময় কত । মানুহৰ সকলোতকৈ ভাল বন্ধু কিতাপৰ পৰা আমি আজি বহু যোজন দুৰৈত । কিন্তু কোনো কথা নাই আপোনাৰ মবাইলটোতে এই সমস্যাৰ সমাধান আছে ।
দিনটোৰ অৱসাদৰ ওৰ পেলাবলৈ শিতানত মুৰ থৈ আপোনাৰ মবাইলত ইউটুৱ খুলি টাইপ কৰক “kahinixunuahok” ভৌতিক, ৰোমান্টিক, খুহুটীয়া আদি নতুন নতুন অসমীয়া গল্পই আপোনাক লৈ যাৱ এনে এখন পৃথিৱীলৈ, যি অকনমান সময়ৰ বাবে হলেও পাহৰাই দিব আপোনাৰ দিনটোৰ ভাগৰ ।
আপুনিও শুনক আৰু সকলোকে শুনাওক কাহিনী শুনো আহক”- A YouTube Channel .


Wednesday 2 October 2019

Presenting "Room No 302"  A suspense horror Story from Dipanka Sharma.




" দিগন্ত এজন ফটো সাংবাদিক গুৱাহাটীৰ পৰা প্ৰকাশিত এখন নামজ্বলা বাতৰি কাকতত কাম কৰে সি   বিভিন্ন ঠাই ভ্ৰমন কৰি দিগন্তই খুৱ ভাল পায় লগৰ বোৰে তাক ধেমালিতে, নাম কি দিছে, জানে ? হিউৱেনচাং   বেলেগ বেলেগ ঠাই ভ্ৰমন কৰা আৰু ভৌতিক গল্প পঢ়া  এই দুয়োটাই তাৰ হবি প্ৰফেছনৰ হেঁচাত সি বহুত ঠাই ঘুৰিবও লাগে হৱি আৰু প্ৰফেচন, দুয়োটাই মিলি যোৱাত সি অবশ্যে যথেষ্ট সুখী ভ্ৰমনৰ সময়ত, আমনিদায়ক সময় বোৰ পাৰ কৰিবলৈ,  সি উলিয়াই লয়, কোনো ভৌতিক গল্পৰ কিতাপ  "  Click the link above to listen the whole story.