Monday 22 January 2018


“হোষ্টেললৈ আহি সি অনুভৱ কৰিছিল যে তাৰ মনটো একোটেই নবহা হৈছে ।মনলৈ আহি আছিল কেৱল মেঘালী চুলি টাৰিৰে, মিঠা হাহিঁৰ মৰমলগা তাৰ বৰষুণৰ ৰাণীজনীৰ মুখখন ……………….”

Presenting a new romantic story from upcoming writer Miss Himadri Dihingia’s “বৰষুণৰ ঠিকনা বিচাৰি”